Download Now Banner

This browser does not support the video element.

নলবাৰী: নলবাৰী জিলা বিজেপি কাৰ্য্যালয়ত প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

Nalbari, Nalbari | Sep 22, 2025
নলবাৰী জিলা বিজেপি কাৰ্য্যালয়ত প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ।শিল্পী জুবিন গাৰ্গৰ মৃত্যুক লৈ শোকস্তব্ধ ৰাজ্যবাসী । প্ৰিয় শিল্পী জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ বাবে কোনেও সহজ ভাবে ল'ব পৰা নাই । সোমবাৰে সন্ধিয়া প্ৰায় সাত মান বজাত প্ৰয়াত শিল্পী গৰাকীৰ প্ৰতিছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিজেপিৰ নেতা কর্মীয়ে। ইফালে ৫২ গছি বন্তি প্ৰজ্জ্বলন কৰি শিল্পী জুবিন গাৰ্গ হক স্মৰণ কৰে সকলোৱে
Read More News
T & CPrivacy PolicyContact Us