Download Now Banner

This browser does not support the video element.

সৃজনগ্ৰাম: জিয়াগুৰিত তিনিটাকৈ সন্দেহজনক চোৰাং গৰু আৰু বাহন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে

Srijangram, Bongaigaon | Sep 1, 2025
বঙাইগাঁও জিলাৰ জিয়াগুৰিত আৰক্ষীৰ অভিযান। আৰক্ষীয়ে অভিযান চলাই এখন বাহন সহ তিনিটাকৈ সন্দেহ জনক চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
Read More News
T & CPrivacy PolicyContact Us