Install App
mokib786
This browser does not support the video element.
মানকাচৰ: আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত সুধাকন্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবর্ষ উপলক্ষে বিশেষ কাৰ্যসূচী
Mankachar, South Salmara-Mankachar | Sep 7, 2025
ৰবিবাৰে দিনৰ ১১:৩০ বজাত অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ দক্ষিণ শালমাৰা মানকাচৰ জিলা সমিতিৰ উদ্যোগত সুধাকন্ঠক ভুপেন হাজৰিকাক স্মৰণ কৰি সমগ্ৰ অসমৰ জিলা সদৰত একেলগে আবৃত্তিকাৰ সকলে ডঃ ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি হিচাপে ডঃ অমৰজ্যোতি চৌধুৰীৰ মৃত্যু জিনাৰ গান কবিতাটি সমবেত কণ্ঠত আবৃত্তি কৰে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!