Install App
dhubri_sangbad
This browser does not support the video element.
ধুবুৰী ভাগ: জিলা কাৰাগাৰত চলিছে ড্ৰাগছৰ ৰমৰমীয়া বেহা,ভিতৰত ড্ৰাগছ বিক্ৰী হোৱা বুলি আচামিয়ে নিজে মুখে জনালে দণ্ডাধিশক
Dhubri Part, Dhubri | Sep 5, 2025
অভিযোগনামা দাখিলৰ পাছতেই তৎপৰ হৈ পৰিছে ধুবুৰী জিলা কাৰাগাৰৰ লগতে আৰক্ষী। আদালতৰ নিৰ্দেশৰ পাছতে ধুবুৰী সদৰ থানাত চৰকাৰী পক্ষৰ অধিবক্তাই কাৰাগাৰ ক্তপক্ষৰ বিৰুদ্ধে কৰিলে এজাহাৰ । পুৰ্বেও ধুবুৰী জিলা কাৰাগাৰত ড্ৰাগছ আৰু গাঞ্জাৰ বেহা চলি থকা বুলি অভিযোগ উৎখাপন হৈছিল।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!