This browser does not support the video element.
ওদালগুৰি: খৈৰাবাৰীত বিপিএফ দলৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়, নতুন সদস্যক দললৈ আদৰণি জনালে প্ৰাক্তন ইএম লৌমশ্ৰাউ দৈমাৰীয়ে
Udalguri, Udalguri | Sep 6, 2025
বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ বাবে ৰাজনৈতিক দল সমুহে বিভিন্ন সভা সমিতি আৰু যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰি ভোটাৰৰ কাষ চাপা পৰিলক্ষিত হৈছে। সেইদৰে জিলা খনৰ খৈৰাবৰীত বিপিএফ এটি যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰি বজালে নিৰ্বাচনী ৰণদংকা। ইপিনে ৮০ গৰাকী পুৰুষ মহিলাই আনুষ্ঠানিক ভাৱে বিপিএফ দলত যোগদান কৰে বুলি দলীয় সূত্ৰই প্ৰকাশ কৰে। আনহাতে নতুন সদস্য সকলক গামোচা পিন্ধাই দললৈ আদৰণি জনালে বিটিচিৰ প্ৰাক্তন ইএম লৌমশ্ৰাউ দৈমাৰীয়ে।