This browser does not support the video element.
বালিজানা: গোৱালপাৰা মহাবিদ্যালয়ৰ সন্মুখত মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ
Balijana, Goalpara | Aug 30, 2025
গোৱালপাৰা মহাবিদ্যালয়ৰ সন্মুখত মন্ত্ৰী অশোক সিংহলৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ।অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী অশোক সিংহলে কংগ্ৰেছক “জন্তু” বুলি মন্তব্য কৰাৰ পাছতে গোৱালপাৰাত তীব্ৰ প্ৰতিবাদৰ জোৱাৰ উঠিছে। আজি গোৱালপাৰা জিলাৰ এন এচ ইউ আইৰ উদ্যোগত গোৱালপাৰা মহাবিদ্যালয়ৰ সন্মুখৰ ৰাজপথত নামি মন্ত্ৰী অশোক সিংহলৰ মন্তব্যৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদ কাৰী সকলে হাতে হাতে প্লে কাৰ্ড লৈ “বিজেপি চৰকাৰ হায় হায়, অশোক সিংহল মুৰ্দাবাদ আদি শ্লোগানেৰে উত্তাল কৰে।