Download Now Banner

This browser does not support the video element.

দুধনৈ: ধূপধৰা থানাত টিপলাই-বনগাঁৱত সংঘটিত লোমহৰ্ষক ডকাইতি কাণ্ড সন্দৰ্ভত দুধনৈ সমজিলাৰ আৰক্ষী অধীক্ষকৰ সংবাদ মেল

Dudhnai, Goalpara | Sep 1, 2025
ধূপধৰা থানাত টিপলাই-বনগাঁৱত সংঘটিত লোমহৰ্ষক ডকাইতি কাণ্ড সন্দৰ্ভত দূধনৈ সমজিলাৰ আৰক্ষী অধীক্ষক নুপৰ ৰঞ্জন নেওগৰ সংবাদ মেল। সংবাদ মেলত সমজিলা আৰক্ষী অধীক্ষকে কয় যে ধূপধৰা,দুধনৈ আৰক্ষী আৰু দুধনৈ সমজিলা আৰক্ষী অধীক্ষকৰ যৌথ অভিযানত দুধনৈৰ অসম-মেঘালয় সীমান্তত তিনিটা ডকাইতক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে ডকাইতি কাণ্ডত কেবা জনীয়া ডকাইতৰ দলে ডকাইতি কাণ্ড সংঘটিত কৰিছিল। ধৃত ডকাইত কেইটা হ'ল-অবিনাশ ৰাভা,ৰাহুল কোচ আৰু অপূৰ্ব ৰাভা ।
Read More News
T & CPrivacy PolicyContact Us