This browser does not support the video element.
নগাঁও: জিলা আয়ুক্তৰ প্ৰতি সঁহাৰি জনাই জুৰীয়াত খালী কৰা হৈছে বেদখলকৃত ভূমি
Nagaon, Nagaon | Aug 25, 2025
জুৰীয়াত নগাঁও জিলা আয়ুক্তৰ আহ্বানৰ প্ৰতি সহাৰি বেদখলকাৰী ৰাইজৰ। জিলা আয়ুক্তৰ নিৰ্দেশনাক সহাৰি জনাই নিজে নিজেই দোকান গৃহ আৰু ঘৰ-বাৰী ভাঙি লৈ গৈ আছে বেদখলকাৰীয়ে। উল্লেখ্য যে নগাঁও জিলাৰ জেঙনীত অহা 27 তাৰিখে নগাঁও জিলা প্ৰশাসনে চলাব উচ্ছেদ অভিযান। জিলা আয়ুক্তই বান্ধি দিছিল এসপ্তাহৰ সময় সীমা। সেয়েহে নিজে নিজেই দোকান গৃহ আৰু ঘৰ-বাৰী ভাঙি লৈ গৈ আছে বেদখলকাৰীয়ে