Download Now Banner

This browser does not support the video element.

মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটাৰ কঠালগুৰিত নিৰ্যাতন বিৰোধী ঐক্য মঞ্চ জিলা সমিতি গঠন

Margherita, Tinsukia | Sep 28, 2025
দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ কঠালগুৰি স্থিত উত্তৰ পূৱ ভাৰত সাংস্কৃতিক অধ্যয়ন কেন্দ্ৰৰ প্ৰেক্ষাগৃহত নিৰ্যাতন বিৰোধী ঐক্য মঞ্চ তিনিচুকীয়া জিলা সমিতি গঠন কৰা হয়। উপেন্দ্ৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখন অনুষ্ঠিত হয় ।সভাত সৰ্বসন্মতি মমে কিৰণ ফুকন সভাপতি,অতুল গগৈক সাধাৰণ সম্পাদক হিচাপে লৈ তিনিচুকীয়া জিলা সমিতি গঠন কৰা হয়।
Read More News
T & CPrivacy PolicyContact Us