Download Now Banner

This browser does not support the video element.

ওদালগুৰি: গাৰো গাঁৱত অনুষ্ঠিত হয় ইউপিপিএলৰ দলৰ নিৰ্বাচনী প্ৰচাৰ সভা, উপস্থিত থাকে বিটিচিৰ প্ৰাক্তন ইএম নিলোৎ স্বৰ্গীয়াৰি

Udalguri, Udalguri | Sep 11, 2025
বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ বাবে ব্যাপক তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দল সমুহৰ মাজত। সেইদৰে জিলা খনৰ ৰৌতা পৰিষদীয় সমষ্টিৰ গাৰো গাঁৱত ইউপিপিএলৰ দলৰ এখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। সভাত বিটিচিৰ প্ৰাক্তন ইএম নিলোৎ স্বৰ্গীয়াৰিয়ে আনুষ্ঠানিক ভাৱে অংশগ্ৰহণ কৰি ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। আনহাতে উক্ত নিৰ্বাচনী প্ৰচাৰ সভা খনত দলৰ সক্ৰিয় কাৰ্য্যকৰ্তা চৰন নাৰ্জাৰী, ভিচিডিচিৰ অধ্যক্ষ, স্থানীয় বিশিষ্ট ব্যক্তি, দলীয় কৰ্মকৰ্তা আৰু অঞ্চলৰ ৰাইজ উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us