Download Now Banner

This browser does not support the video element.

বঙাইগাঁও ভাগ: শিৱসাগৰত মিঞাৰ ওপৰতলত অত্যাচাৰ, যোগীঘোপাত আমছুৰ কেন্দ্ৰীয় সভাপতিৰ প্ৰতিক্ৰিয়া, শিৱসাগৰ খন কাৰো পৈত্ৰিক সম্পত্তি নহয়

Bongaigaon Part, Bongaigaon | Sep 7, 2025
দেওবাৰে বঙাইগাঁও জিলাৰ যোগীঘোপাত শিৱসাগৰত মিঞাৰ ওপৰত চলোৱা অত্যাচাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰে । আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰে কয় যে  মিঞা খেদা আন্দোলনৰ নামত শ্ৰমিকক অপমান অপদস্থ কৰা কেতিয়াও সহ্য কৰা নহব ।  অসমৰ পৰিস্থিতি অশান্ত নকৰিব । আমি অশান্ত হোৱাটো বিচৰা নাই। শিৱসাগৰ খন কাৰো পৈত্ৰিক সম্পত্তি নহয় যে নামনিৰ শ্ৰমিক উজনিত যাব নোৱাৰিব ।
Read More News
T & CPrivacy PolicyContact Us