Download Now Banner

This browser does not support the video element.

মাটিয়া: মাটিয়াৰ ট্ৰেঞ্জিট কেম্পৰ কাষত এনকাউণ্টাৰৰ ঘটনা সংঘটিত হয়, আৰক্ষীৰ গুলীত দুধৰ্ষ ডকাইত ৰাজিবুল আলী আহত হয়

Matia, Goalpara | Sep 2, 2025
গোৱালপাৰাৰ মাটিয়াৰ ট্ৰেঞ্জিট কেম্পৰ কাষত এনকাউণ্টাৰৰ ঘটনা সংঘটিত হয়। আৰক্ষীৰ গুলীত দুধৰ্ষ ডকাইত ৰাজিবুল আলী আহত হয়। শুকুৰবাৰে নিশা টিপলাইত সংঘটিত ডকাইতি কাৰ্যত জঢ়িত আছিল দুধৰ্ষ ডকাইত ৰাজিবুল । সোমবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৰাহুল কোচ, অপূৰ্ব ৰাভা আৰু অভিনাশ ৰাভা নামৰ আন তিনিটা ডকাইত । তেওঁলোকৰ স্বীকাৰ উক্তিৰ ভিত্তিত আজি পুৱতি নিশা মাটিয়া পৰা দুধৰ্ষ ডকাইত ৰাজিবুলক গ্ৰেপ্তাৰ কৰে ।
Read More News
T & CPrivacy PolicyContact Us