Download Now Banner

This browser does not support the video element.

তিনিচুকীয়া: মাকুম বাইপাছত নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত সোমাই পৰে এখন চাৰিচকীয়া বাহন

Tinsukia, Tinsukia | Aug 31, 2025
দেওবাৰে পুৱা প্রায় ৯ মান বপজাত মাকুম বাইপাছত দুৰ্ঘটনা গ্ৰস্ত হয় এখন বাহন । নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত সোমাই পৰে চাৰিচকীয়া বাহন খন । দুৰ্ঘটনাগ্ৰস্ত হোৱা বাহন খন ডুমডুমা সমষ্টিৰ অন্তৰ্গত ফিলবাৰীৰ বুলি জানিবলৈ পৰা গৈছে । দুৰ্ঘটনাৰ ফলত কোনো লোক আঘাতপ্ৰাপ্ত হোৱাৰ খৱৰ জানিবলৈ পৰা হোৱা নাই। ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনা গ্ৰস্ত হোৱা বাহন খন উদ্ধাৰৰ ব্যৱস্থা কৰা হৈছে ।
Read More News
T & CPrivacy PolicyContact Us