This browser does not support the video element.
চাবুৱা: নাহৰতলি চাহ বাগিচাত অসম চাহ মজদুৰ সংঘৰ এক সংবাদমেল সম্বোধন
Chabua, Dibrugarh | Sep 9, 2025
আজি মঙ্গলবাৰে বিয়লি ৪ বজাত নাহৰতলি চাহ বাগিচাত অসম চাহ মজদুৰ সংঘই এক সংবাদমেল সম্বোধন কৰে। আগন্তুক কৰম পূজাৰ উদযাপনৰ সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে অহম চাহ মজদুৰ সংঘই। অসম চাহ মজদুৰ সংঘৰ নাহৰতলি, পমাতলি, কদমনি প্রাথমিক গোেট, মহিলা সমিতি উদ্যোগত আৰু সমূহ ডিকম অঞ্চলবাসী ৰাইজৰ সহযোগ ষষ্ঠ বার্ষিক ৰাজহুৱা কৰম পূজাৰ আয়োজন কৰা হৈছে।