Install App
mokib786
This browser does not support the video element.
মানকাচৰ: তীব্ৰ গতিত চলিছে ধুবুৰী ফুলবাৰী দলঙৰ কাম,২০২৭ ত সম্পূৰ্ণ হোৱাৰ আশা, আনন্দত উৎফুল্লিত জিলাবাসী
Mankachar, South Salmara-Mankachar | Sep 12, 2025
শুক্ৰবাৰে দিনৰ আনুমানিক ১বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ চৈতাৰচৰত এনেদৰে কৰ্মীসকলে তীব্ৰ গতিত ধুবুৰীৰ ফুলবাৰী সংযোগী দলংখনৰ কাম চলাই থকা পৰিলক্ষিত হয়। উল্লেখ্য যে ২০২৭ তলত দলঙৰ কাম সম্পূৰ্ণ হোৱাৰ আশা জিলাবাসীৰ।মন কৰিবলগীয়া যে ধুবুৰী ফূলবাৰী দলঙখনেই হ'ব দেশৰ ভিতৰতে সৰ্ববৃহৎ দলঙ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!