Download Now Banner

This browser does not support the video element.

বালিজানা: জিলা আয়ুক্তৰ কাৰ্যালয়ত পৰ্যালোচনা সভাত অংশগ্ৰহন মন্ত্ৰী কৃষ্ণেন্দু পালৰ

Balijana, Goalpara | Aug 22, 2025
জিলা আয়ুক্তৰ কাৰ্যালয়ত পৰ্যালোচনা সভাত অংশগ্ৰহন মন্ত্ৰী কৃষ্ণেন্দু পালৰ। অসম চৰকাৰৰ কৃষ্ণেন্দু পালে গোৱালপাৰালৈ আহি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। জিলা আয়ুক্ত প্ৰদীপ টিমুংৰ লগতে এই পৰ্যালোচনা সভাখনত দুধনৈৰ বিধায়ক যাদৱ স্বৰ্গীয়াৰী , গোৱালপাৰা পূৱ সমষ্টিৰ বিধায়ক এ কে ৰশিদ আলম আৰু জলেশ্বৰ সমষ্টিৰ বিধায়ক আফতাৱ উদ্দিন মোল্লাই অংশগ্ৰহণ কৰে।
Read More News
T & CPrivacy PolicyContact Us