Download Now Banner

This browser does not support the video element.

ওদালগুৰি: ধূলা চুবুৰী গাঁৱত বিজেপিৰ দলীয় সভাৰ লগতে যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়, শতাধিক পুৰুষ - মহিলাৰ বিজেপিত যোগদান

Udalguri, Udalguri | Aug 31, 2025
ধনশিৰি পৰিষদীয় সমষ্টিৰ হাতকাতাৰ ধূলা চুবুৰী গাঁৱত বিজেপি দলৰ দলীয় সভাৰ লগতে এটি যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। বিজেপি দলৰ নীতি আদৰ্শ আৰু সাংগঠনিক দিশত আপ্লোত হৈ প্ৰায় শতাধিক লোকে দলটোত যোগদান কৰে বুলি দলীয় সূত্ৰই প্ৰকাশ কৰে। ইপিনে উক্ত সময় চোৱাত মণ্ডলৰ সভানেত্ৰী ৰাজেশ্বৰী বড়ো, প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰবিন বসুমতাৰী,যুৱ মৰ্চাৰ উপ সভাপতি দিলখুছ চৌহান প্ৰমুখ্যে দলৰ কাৰ্য্যকৰ্তা সকল উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us