Install App
hellobjb
This browser does not support the video element.
মৰিগাঁও: নৰেন্দ্ৰ মোডীৰ মাতৃক ৰাহুল গান্ধীয়ে কৰা অপমান জনক মন্তব্যৰ বিৰুদ্ধে মৰিগাঁৱত বিজেপিয়ে কৰা প্ৰতিবাদত TAC ৰ CEM
Marigaon, Morigaon | Sep 1, 2025
কংগ্ৰেছ দলৰ বিৰুদ্ধে মৰিগাঁৱত প্ৰতিবাদ সাব্যস্ত কৰে বিজেপি মৰিগাঁও জিলা সমিতিয়ে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী মাতৃৰ বিৰুদ্ধে অশালীন ভাষাৰে অপমান কৰাৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ। প্ৰতিবাদত মৰিগাঁও জিলা বিজেপিৰ নেতৃত্বৰ লগতে তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ উপস্থিত থাকি কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!