Download Now Banner

This browser does not support the video element.

ধুবুৰী ভাগ: গোলকগঞ্জৰ লটকা সার্বজনীন শ্ৰীশ্ৰী লক্ষ্মী মন্দিৰ প্ৰাংগনত সোমবাৰে সন্ধিয়া অনুষ্ঠিত হয় লক্ষ্মী দেৱীৰ পূজা অৰ্চনা

Dhubri Part, Dhubri | Oct 6, 2025
সোমবাৰে ধন আৰু ঐশ্বৰ্যৰ অধিষ্ঠাত্রী দেৱী লক্ষ্মী পূজা,গোলকগঞ্জৰ লটকা সার্বজনীন শ্ৰীশ্ৰী লক্ষ্মী মন্দিৰ প্ৰাংগনত সোমবাৰে সন্ধিয়া প্ৰায় আঠ মান বজাত অনুষ্ঠিত হয় লক্ষ্মী দেৱীৰ পূজাৰ অৰ্চনা। ব্যাপক উৎসাহ উদ্দীপনাৰ মাজেৰে দুদিনীয়াকৈ অনুষ্ঠিত হয় লক্ষ্মী পূজা । সন্ধিয়া লক্ষ্মী দেৱীৰ প্ৰতিমা লৈ শুভাযাত্ৰা উলিওৱা হয় আৰু তাৰ পিছত দেবী লক্ষ্মীক প্ৰতিষ্ঠা কৰি আৰতি কৰে ভক্তপ্ৰাণ ৰাইজে । তাৰ সমান্তৰালকৈ প্ৰয়াত শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাইজে ।
Read More News
T & CPrivacy PolicyContact Us