Install App
jerina7
This browser does not support the video element.
মাৰ্ঘেৰিটা: জনজাতিকৰণৰ দাবীত মাৰ্ঘেৰিটাত সদৌ মৰাণ ছাত্ৰ সন্থাৰ বিশাল জোঁৰ সমদল,দহ সহস্ৰাধিক প্ৰতিবাদকাৰীৰ অংশগ্ৰহণ
Margherita, Tinsukia | Sep 6, 2025
মৰাণ জনগোষ্ঠীক অনুসূচীকৰণ আৰু ষষ্ঠ অনুসূচীভূক্ত স্বায়ত্ত শাসন প্রদানৰ দাবীত দাবীত ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে ৰাজ্যৰ পৰিৱেশ । শনিবাৰে সন্ধ্যা প্ৰায় ৭.৩০ মিনিটত ১০ সহশ্ৰাধিক প্ৰতিবাদকাৰীৰে উত্তাল কৰিলে মাৰ্ঘেৰিটাৰ ৰাজপথ। সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত মাৰ্ঘেৰিটাৰ হিলভিউ ইক' পাৰ্কৰ সন্মূখৰ পৰা প্ৰতিবাদকাৰীসকলে জোঁৰ লৈ মাৰ্ঘেৰিটা চেগুনবাৰীলৈ এক বিশাল সমদল বাহিৰ কৰে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!