Install App
chirangnews494
This browser does not support the video element.
বিজনী ভাগ: উলুবাৰীত বিটিআৰ চৰকাৰে সুজিত নাৰ্জাৰীৰ স্মৃতিত নিৰ্মান কৰা এডিটৰিয়ামৰ ছাইনব'ৰ্ডত কেৱল বড়ো ভাষা লিখাক লৈ প্ৰতিক্ৰিয়া
Bijni Part, Chirang | Aug 27, 2025
বিটিআৰ চৰকাৰে অসমীয়া ভাষাক এলাগী কৰা বুলি অভিযোগ উত্থাপন কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ চমুকৈ আছুৰ উলুবাৰী আঞ্চলিক সমিতি আৰু সদৌ বিটিআৰ বাঙালি যুৱ ছাত্ৰ ফেডাৰেচনৰ চিৰাং জিলা সমিতিয়ে ,বিজনীৰ উলুবাৰী ভিচিডিচি কাৰ্যালয়ৰ সন্মুখত বিটিআৰ চৰকাৰে স্বৰ্গীয় সুজিত নাৰ্জাৰীৰ স্মৃতিত এটা এডিটৰিয়াম নিৰ্মাণৰ উদ্যোগ লৈছে। কিন্তু সেই এডিটৰিয়ামৰ ছাইনব'ৰ্ডত কেৱল বড়ো ভাষাতে লিখা হোৱাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছাত্ৰ সংগঠনসমূহে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!