Install App
arindram93
This browser does not support the video element.
পূব ডিব্ৰুগড়: কানৈ মহাবিদ্যালয়ত বহুকেইটা উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
Dibrugarh East, Dibrugarh | Sep 1, 2025
আজি সোমবাৰে দিনৰ ২ বজাত ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বহু কেইটা উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰে। মহাবিদ্যালয় খনিত এটি বিজ্ঞান আৰু প্ৰযুক্তি ভৱনৰ লগতে বিশুদ্ধ খোৱা পানীৰ প্ৰকল্প আৰু অত্যাধুনিক ফিটনেছ চেন্টাৰকে ধৰি তিনিটাকৈ উন্নয়নমূলক প্ৰকল্প মুকলি কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!