Download Now Banner

This browser does not support the video element.

মঙলদৈ ভাগ: অবৈধ বাংলাদেশী, মৌলবাদীক উৎখাত আৰু অসম চুক্তি ৰূপায়ণৰে অবৈধ বিদেশী প্ৰব্ৰজনৰ সমস্যা সমাধানৰ দাবীত মঙলদৈত আছুৰ প্ৰতিবাদ

Mangaldoi Part, Darrang | Sep 4, 2025
অসমৰ পৰা অবৈধ বাংলাদেশী, মৌলবাদীক উৎখাত আৰু অসম চুক্তি ৰূপায়ণৰে অবৈধ বিদেশী প্ৰব্ৰজন সমস্যা সমাধানৰ দাবীত।মঙলদৈৰ ভূপেন হাজৰিকা পাৰ্কত ১১ ঘন্টীয়া অৱস্থান ধৰ্মঘট সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ।
Read More News
T & CPrivacy PolicyContact Us