Download Now Banner

This browser does not support the video element.

বোকাখাত: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সঞ্চালক প্ৰধানৰ উপস্থিতিত কাজিৰঙাত উদ্‌যাপন ৰাষ্ট্ৰীয় বন ছহিদ দিৱস

Bokakhat, Golaghat | Sep 11, 2025
বৃহস্পতি বাৰে পুৱা প্ৰায় ১১ বজাত কাজিৰঙাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ দ্বাৰা বন ছহিদ দিৱস কাৰ্যসূচী অনুষ্ঠিত কৰা হয় l বন্তি প্ৰজলন,পুষ্পাঞ্জলি অৰ্পণেৰে বন ছহিদ সকলক স্মৰণ কৰি এক বিশেষ সভাও অনুষ্ঠিত কৰা হয় l অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সঞ্চালক প্ৰধান সোণালী ঘোষৰ লগতে বিষয় ববিয়া বন কৰ্মী সকল উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us