This browser does not support the video element.
বালিজানা: চহৰৰ নটসূৰ্য ফণী শৰ্মা ভৱনত কেন্দ্ৰীয় ভাৱে শিক্ষক দিৱস পালন কৰা হয়, জিলা আয়ুক্তৰ অংশগ্ৰহণ
Balijana, Goalpara | Sep 5, 2025
চহৰৰ নটসূৰ্য ফণী শৰ্মা ভৱনত কেন্দ্ৰীয় ভাৱে শিক্ষক দিৱস পালন কৰা হয়।এই সন্দৰ্ভত অনুষ্ঠিত হোৱা সভাত জিলা আয়ুক্ত প্ৰদীপ টিমুঙে সভাপতিত্ব কৰে। জিলা স্কুল সমুহৰ পৰিদৰ্শক অনুপ কুমাৰ দাসে আদৰণি ভাষণ প্ৰদান কৰা সভাৰ আত ধৰে ৰূপম দাসে। সভাত ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা প্ৰাপ্ত ছজিমুদ্দিন আহমেদ,প্ৰহৰি দাস আৰু চন্দন দাসে উপস্থিত থাকে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ জেষ্ঠ্য অধ্যাপক ড° উপেন ৰাভা হাকাচামে।