Download Now Banner

This browser does not support the video element.

ওদালগুৰি: বৈনাৰাত অনুষ্ঠিত হয় বিপিএফ দলৰ ৰাজহুৱা সভা, উপস্থিত থাকে প্ৰাক্তন বিধায়ক মহেশ্বৰ বড়ো

Udalguri, Udalguri | Sep 2, 2025
খৈৰাবাৰী ব্লক বিপিএফৰ উদ্যোগত জিলা খনৰ বৈনাৰাত এখন বিশেষ ৰাজহুৱা সভা অনুষ্ঠিত হয়।সভা খনত সমাগত পৰিষদীয় নিৰ্বাচন, আৰু দলৰ আগন্তুক দিনৰ কাৰ্যপন্থা সম্পৰ্কে বিশদ ভাবে পৰ্যালোচনা কৰা হয়। ইপিনে উক্ত সভাত প্ৰাক্তন বিধায়ক মহেশ্বৰ বড়োৰ সতে প্ৰাক্তন ইএম লৌমশ্ৰাউ দৈমাৰী, ব্লক সমিতিৰ সভাপতি আৰু সম্পাদকৰ লগতে অঞ্চলৰ বিশিষ্ট ব্যক্তি, দলীয় কৰ্মকৰ্তা,আইমাতৃ আৰু অঞ্চলৰ ৰাইজ উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us