This browser does not support the video element.
শিৱসাগৰ: নগৰৰ স্মাৰ্ট বজাৰত চুৰিৰ অভিযোগত এগৰাকী নাবালকক প্ৰহাৰ কৰাক লৈ উত্তপ্ত পৰিস্থিতি , ঘটনাস্থলীত উপস্থিত আৰক্ষী
Sibsagar, Sivasagar | Aug 26, 2025
শিৱসাগৰ নগৰৰ স্মাৰ্ট বজাৰত চুৰিৰ অভিযোগত এগৰাকী নাবালকক প্ৰহাৰ কৰাক লৈ উত্তপ্ত পৰিস্থিতি,ঘটনাস্থলীত উপস্থিত আৰক্ষী। স্মাৰ্ট বজাৰত বজাৰ কৰিবলৈ গৈ অতিৰিক্ত ২০ টকাৰ মূল্যৰ সামগ্ৰী চুৰি কৰি অনাৰ অভিযোগ তুলি শাৰীৰিক ভাৱে প্ৰহাৰ কৰে প্ৰতিষ্ঠানৰ কৰ্মচাৰীয়ে নাবালক জনক ।এই ঘটনাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি , অন্যহাতে কৰ্তৃপক্ষই চি চি টিভিৰ ফুটেজ দেখাবলৈ ও অপাৰগ বুলি কয় । ইতিমধ্যে ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ এগৰাকী কৰ্মচাৰীক আটক কৰি আনিছে সোধপোছৰ বাবে ।