This browser does not support the video element.
মৰঙী: কেঁচা চাহ পাটৰ নিম্নগামী মূল্যত দিশহাৰা কৃষকৰ মাৰোৱাৰী পট্টিত উত্তাল প্ৰতিবাদ সাব্যস্ত
Morangi, Golaghat | Sep 4, 2025
কেঁচা চাহ পাটৰ নিম্নগামী মূল্যত দিশহাৰা কৃষকৰ গোলাঘাট মাৰোৱাৰীপট্টিত উত্তাল প্ৰতিবাদ l কেঁচা চাহপাতৰ নিম্নগামী মূল্যত এতিয়া দিশহাৰা একাংশ ক্ষুদ্ৰ চাহ খেতিয়ক ৷ যাৰ বাবে উত্তৰ পূব মহাসংঘ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই গোলাঘাটৰ চাহ বৰ্ডৰ আঞ্চলিক কাৰ্যালয়ত বৃহস্পতি বাৰে দিনৰ প্ৰায় ২ বজাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ ভাৰতৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলত ৬০% চাহ উৎপাদন কৰে যদিও কিয় চাহৰ মূল্য হ্ৰাস হৈছে তাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷