Download Now Banner

This browser does not support the video element.

বালিজানা: চহৰৰ সমীপৱৰ্তী মৰিয়মনগৰৰ খানকা শ্বৰীফত প্ৰয়াত সুৰ সম্ৰাট জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

Balijana, Goalpara | Sep 25, 2025
চহৰৰ সমীপৱৰ্তী মৰিয়মনগৰৰ খানকা শ্বৰীফত প্ৰয়াত সুৰ সম্ৰাট জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়।মহান শিল্পী জুবিন গাৰ্গৰ মৃত্যুত ৰাজ্যজুৰি শোক স্তব্ধ হৈ পৰিছে। প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱাৰ পিছতো ৰাজ্য জুৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অব্যাহত আছে। বিভিন্ন দল সংগঠন তথা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত মহান শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি থকা হৈছে।
Read More News
T & CPrivacy PolicyContact Us