Install App
priyanka1162
This browser does not support the video element.
পশ্চিম যোৰহাট: জিলা পৰিবহণ বিষয়াৰ কাৰ্য্যালয়ৰ সন্মুখত এখন বাহনৰ পৰা ওলাইছে কেৱল ধোৱা আৰু ধোৱা , উপস্থিত আৰক্ষী
Jorhat West, Jorhat | Aug 28, 2025
জিলা পৰিবহণ বিষয়াৰ কাৰ্য্যালয়ৰ সন্মুখত এখন বাহনৰ পৰা ওলাইছে কেৱল ধোৱা আৰু ধোৱা । উপস্থিত আৰক্ষী । যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হয় বাহন। আজি দিনৰ ভাগতেই সংঘটিত হৈছে উক্ত দুৰ্ঘটনা । এখন সামগ্ৰী কঢ়িওৱা এপে বাহনৰ পৰা আহিৰ্নিশে নিৰ্গত হয় ধোঁৱা। আৰক্ষী , ৰাইজৰ প্ৰচেষ্টাত এক ভয়ংকৰ অঘটনৰ পৰা ৰক্ষা পৰে যদিও যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে বাহন খন ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!