Download Now Banner

This browser does not support the video element.

ওদালগুৰি: উদমাৰী লক্ষ্মী মন্দিৰত উপস্থিত হৈ মা লক্ষ্মীৰ আশীৰ্বাদ গ্ৰহণ কৰিলে বিটিচিৰ এমচিএলএ দাউবাইচা বড়োয়ে

Udalguri, Udalguri | Oct 8, 2025
জিলা খনৰ ভেৰগাও পৰিষদীয় সমষ্টিৰ অন্তৰ্গত উদমাৰী লক্ষ্মী মন্দিৰত তিনি দিনীয়া কাৰ্যসূচীৰে মা লক্ষ্মীৰ পূজা অনুষ্ঠিত হয়। উক্ত লক্ষ্মী মন্দিৰত উপস্থিত হৈ মা লক্ষ্মীৰ আশীৰ্বাদ গ্ৰহণ কৰাৰ লগতে উপস্থিত ৰাইজৰ সতে মত বিনিময় কৰে বিটিচিৰ এমচিএলএ দাউবাইচা বড়োয়ে। ইপিনে উক্ত সময় চোৱাত এমচিএলএ গৰাকীৰ সতে দলীয় কৰ্মকৰ্তা আৰু অঞ্চলৰ ৰাইজ উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us