Install App
mokib786
This browser does not support the video element.
মানকাচৰ: দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত গঢ়া খহনীয়া গ্ৰস্হ হিতাধিকাৰীক AIUDF দিয়া টকা প্ৰকৃত হিতাধিকাৰীক নিদিয়াৰ অভিযোগ
Mankachar, South Salmara-Mankachar | Aug 31, 2025
ৰবিবাৰে আবেলি আনুমানিক ৩ বজাত দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জত গঢ়া খহনীয়াৰ ক্ষতিগ্ৰস্ত প্ৰকৃত হিতাধিকাৰীক টকা বিতৰণ কৰাত অনিয়মৰ অভিযোগ AIUDF ৰ বিৰুদ্ধে।উল্লেখ্য যে গৰাখহনীয়াৰ ফলত বিনষ্ট হোৱা দক্ষিণ শালমাৰা সমষ্টিৰ ফকিৰগঞ্জৰ ৱাহাব বজাৰৰ ৰাইজক ১০ লাখ টকা বিতৰনত AIUDF ৰ বিৰুদ্ধে অভিযোগ উত্থাপন একাংশ হিতাধিকাৰীৰ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!