Download Now Banner

This browser does not support the video element.

নগাঁও: মেট্ৰো হস্পিতালত চিকিৎসালয়ৰ চিকিৎসকৰ সংবাদমেল

Nagaon, Nagaon | Sep 5, 2025
নগাঁৱত মেট্ৰো হস্পিতালৰ চিকিৎসকৰ সংবাদমেল বৃহস্পতিবাৰে নগাঁৱৰ মেট্ৰো হস্পিতালত ৭ বছৰীয়া শিশুৰ মৃ/ত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল উতপ্ত পৰিস্থিতিৰ শিশুটিৰ পৰিয়ালৰ লোকে অভিযোগ কৰিছিল মৃ/ত্যু হোৱাৰ পাছতো শিশুটিক পৰিয়ালৰ লোকক খবৰ দিয়া হোৱা নাছিল আৰু ধনৰ বাবে আই চি ইউত ৰাখি থোৱা হৈছিল।সেই অভিযোগ নস্যাৎ কৰিছে মেট্ৰো হস্পিতালৰ বিষয়ববীয়াই
Read More News
T & CPrivacy PolicyContact Us