Download Now Banner

This browser does not support the video element.

দাংতল ৰাজহ চক্ৰ: পশ্চিম কামাৰপাৰাত সমাজৰ উন্নয়ন লৈ সজাগতা সভা অনুষ্ঠিত, উপস্থিত প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম

India | Aug 30, 2025
আজি চিৰাং জিলাৰ পশ্চিম কামাৰপাৰা গাঁৱত সমাজৰ উন্নয়ন আৰু জনকল্যাণৰ ওপৰত গুৰুত্ব আৰোপ কৰি এক সজাগতা সভা অনুষ্ঠিত হয় ,আজিৰ এই সভাত প্ৰাক্তন মন্ত্ৰী তথা আগন্তুক বিটিচি নিৰ্বাচনৰ কাজলগাঁও পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী চন্দন ব্ৰহ্ম সহ দলীয় বিষয় ববিয়া আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us