Install App
bongaigaon_khobor
This browser does not support the video element.
সৃজনগ্ৰাম: অগপ নেতাক হত্যা কৰাৰ অভিযোগত চাৰি জনক আটক কৰি অভয়াপুৰী থানাত লৈ আনে আৰক্ষীয়ে
Srijangram, Bongaigaon | Sep 9, 2025
যোৱা ৬ ছেপ্টেম্বৰ তাৰিখে বৰ নাৰিকলাত সংঘটিত হোৱা অগপ নেতা মূচাফৰ হুছেইনৰ হত্যা কাণ্ডৰ লগত জৰিত চাৰি জন অভিযুক্তক আৰক্ষীয়ে আটক কৰি অভয়াপুৰী থানাত লৈ আনে। আটকাধীন কেইজন হ'ল ৰফিকুল ইছলাম, লুৎফৰ ৰহমান, মেহবুবা ইয়াছমিন আৰু মাহাবুৰ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!