Download Now Banner

This browser does not support the video element.

তিতাবৰ: অসমীয়া মানুহৰ দৰে কওক গৌৰৱে,ব্ৰিটিছ ষ্টাইলত কথা নকব ,গৌৰৱে স্পষ্টকৈ কওক মিত্ৰতা হ'ব নে নহয় , তিতাবৰত মন্তব্য অখিল গগৈৰ

Titabor, Jorhat | Sep 13, 2025
অসমীয়া মানুহৰ দৰে কথা কওক গৌৰৱ গগৈয়ে । আমেৰিকা, ব্ৰিটিছ ষ্টাইলত কথা নকব । গৌৰৱ গগৈয়ে স্পষ্টকৈ কওক মিত্ৰতা হব নে নহয় ? তিতাবৰত মন্তব্য অখিল গগৈৰ। আমাক কিয় ইমান নুচুৱাই আছে গৌৰৱ গগৈয়ে । আমাক যি দৰে গৌৰৱ গগৈয়ে নচুৱাই আছে এদিন কিন্তু ওলোটা হৈ যাব ।তেতিয়া গম পায় যাব গৌৰৱ গগৈয়ে। ইতিমধ্যে ৰাইজৰ দলে ৩৬ খন আসনত নির্বাচন খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
Read More News
T & CPrivacy PolicyContact Us