Download Now Banner

This browser does not support the video element.

ওদালগুৰি: বটাবাৰী আৰু হাদানগুৰি প্ৰাথমিক বিদ্যালয়ত নৱ নিৰ্মিত শ্ৰেণী কোঠাৰ শুভ উদ্বোধন কৰে বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে

Udalguri, Udalguri | Jul 23, 2025
জিলা খনৰ বটাবাৰী আৰু হাদানগুৰি প্ৰাথমিক বিদ্যালয়ত দুটাকৈ শ্ৰেণী কোঠা নতুনকৈ নিৰ্মাণ কৰা হয়।২০২৩-২৪ আৰু ২০২৫-২৬ বিত্তীয় বৰ্ষৰ ফিফটিন ফাইনেন্স কমিচন আচঁনিৰ অধিনত উক্ত শ্ৰেণী কোঠা দুটা নিৰ্মাণ কৰা হয়। উক্ত নৱ নিৰ্মিত শ্ৰেণী কোঠা দুটা আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে। আনহাতে উক্ত সময় চোৱাত বিধায়ক গৰাকীৰ সতে বিদ্যালয়ৰ কৰ্তীপক্ষ,ভিচিডিচিৰ অধ্যক্ষ, আমন্ত্ৰিত অতিথি আৰু অঞ্চলৰ ৰাইজ উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us