Download Now Banner

This browser does not support the video element.

নলবাৰী: নলবাৰীত দিহানাম অনুশীলনৰ বুজ লয় হৰি মন্দিৰৰ সভাপতি তথা নলবাৰী সমষ্টিৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই

Nalbari, Nalbari | Sep 10, 2025
নলবাৰীত বুধবাৰে বিয়লি প্ৰায় এক মান বজাত দিহানাম অনুশীলনৰ বুজ লয় হৰি মন্দিৰৰ সভাপতি তথা নলবাৰী সমষ্টিৰ স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।১২ ছেপ্তেম্বৰত নলবাৰীত একেলগে দিহানাম পৰিৱেশন কৰিব ৫ সহস্ৰাধিক নামতিয়ে। নলবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰৰ বাকৰিত অনুষ্ঠিত হ’ব দিহানাম প্ৰদৰ্শন। সেয়েহে দুদিনীয়াকৈ দিহানামৰ অনুশীলন অনুষ্ঠিত হৈছে হৰি মন্দিৰৰ বাকৰিত। বুধবাৰে বিয়লি দিহানাম অনুশীলনৰ বুজ লয় হৰি মন্দিৰৰ সভাপতি, নলবাৰী সমষ্টিৰ স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰ
Read More News
T & CPrivacy PolicyContact Us