Install App
jerina7
This browser does not support the video element.
তিনিচুকীয়া: সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ মাকুমত ক'লা পতাকা প্ৰদৰ্শনেৰে জাতিগত অধিকাৰৰ বাবে বিশাল প্ৰতিবাদী কাৰ্যসূচী
Tinsukia, Tinsukia | Aug 24, 2025
দেওবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মাৰ্ঘেৰিটাত উপস্থিত হোৱাৰ দিনাই দুপৰীয়া ১২.৩০ মিনিটত মাকুমত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী । জাতিগত অধিকাৰ যেনে আদিবাসী সকলক জনজাতিৰ মৰ্যাদা দিয়া, আদিবাসী চাহ শ্ৰমিক সকলৰ নূন্যতম দৈনিক মজুৰী ৫৫১ টকালৈ বৃদ্ধি কৰা আদি দাবীসমূহ আজি পৰ্যন্ত পূৰণ নকৰাত কলা পতাকা প্ৰদৰ্শন কৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!