Download Now Banner

This browser does not support the video element.

মৰাণ: চকলীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ যাতায়তৰ সুবিধা প্ৰদান আঁচনি শুভাৰম্ভ কৰিলে বিধায়ক চক্ৰধৰ গগৈয়ে

Moran, Dibrugarh | Sep 13, 2025
ছাত্ৰ ছাত্ৰী সকলৰ বাবে অসম চৰকাৰৰ এক মহান পদক্ষেপ গ্ৰহণ কৰিছে।‌গ্ৰাম্য আৰু বাগিছা অঞ্চলৰ ছাত্ৰ ছাত্ৰী সকলে যাতে সহজতে স্কুললৈ অহা-যোৱা কৰিব পাৰে তাৰ বাবে বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ যাতায়তৰ সুবিধা প্ৰদান আঁচনি আৰম্ভ কৰিছে ।‌আজি চকলীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ যাতায়তৰ সুবিধা প্ৰদান আঁচনি শুভাৰম্ভ কৰিলে বিধায়ক চক্ৰধৰ গগৈয়ে
Read More News
T & CPrivacy PolicyContact Us