Download Now Banner

This browser does not support the video element.

গুৱাহাটী: চৈয়দা হামিদে বাংলাদেশী অসমত থকাতো অপৰাধ নহয় বুলি মন্তব্য বিৰূদ্ধে জু ৰডত প্ৰতিক্ৰিয়া আছু সভাপতি উৎপল শৰ্মা

Guwahati, Kamrup Metropolitan | Aug 25, 2025
পৰিকল্পনা আয়োগৰ প্ৰাক্তন সদস্যা চৈয়দা হামিদে বাংলাদেশী অসমত থকাতো অপৰাধ নহয় বুলি মন্তব্য বিৰূদ্ধে জু ৰডত প্ৰতিক্ৰিয়া আছু সভাপতি উৎপল শৰ্মাই। অসমত এনেকুৱা বিজতীয়া মানুহক মিটিব‌ই নালাগে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
Read More News
T & CPrivacy PolicyContact Us