This browser does not support the video element.
বোকাখাত: প্ৰধানমন্ত্ৰী নুমলীগড় ভ্ৰমণৰ পূৰ্বে নুমলীগড়ত উপস্থিত হৈ প্ৰত্যেক তো স্থান তন্ন তন্ন কৈ পৰীক্ষা DGP হৰমিত সিংৰ
Bokakhat, Golaghat | Sep 11, 2025
প্ৰধানমন্ত্ৰী নুমলীগড় ভ্ৰমণৰ পূৰ্বে নুমলীগড়ত উপস্থিত হৈ প্ৰত্যেক তো স্থান তন্ন তন্ন কৈ পৰীক্ষা DGP হৰমিত সিংৰ। বৃহস্পতি বাৰে দিনৰ প্ৰায় ৩ বজাত নুমলীগড়ত উপস্থিত DGP হৰমিট সিং।১৪ ছেপ্তেম্বৰত নুমলীগড়লৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ নিৰাপত্তাৰ বুজ লোৱাৰ লগতে স্থান সমূহ তন্ন তন্ন কৈ পৰীক্ষা নুমলীগড়ত DGP হৰমিত সিংৰ। লগতে বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনাত মিলিত হয় DGP হৰমিত সিং।