This browser does not support the video element.
ধুবুৰী ভাগ: চহৰত AIUDF’ৰ সাংগঠনিক সভা,বিভিন্ন স্থৰৰ কৰ্মী উপস্থিত
Dhubri Part, Dhubri | Aug 31, 2025
ধুবুৰী সমষ্টিৰ বিধায়ক নজৰুল হকৰ বাসগৃহত সাংগঠনিক শক্তি বিকাশ অভিযান, লক্ষ্য ২৬ৰ অংশস্বৰূপে ধুবুৰী সমষ্টিৰ সাংগঠনিক সভাত উপস্থিত থাকে দলৰ কেন্দ্ৰীয় সমিতিৰ নেতা মোচাৰফ হুছেইন আৰু ছাত্ৰ মর্চাৰ সাধাৰণ সম্পাদক মাজিদুল ইছলাম। ইয়াৰ লগতে বিভিন্ন স্থৰৰ কৰ্মী আৰু বিষয়ববীয়া সকলৰ উপস্থিতিত সমাগত ২০২৬’ৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰা হয়। উল্লেখ যোগ্য যে ৰাজ্যজুৰি