Download Now Banner

This browser does not support the video element.

গুৱাহাটী: অস্থায়ী স্বাস্থ্য কৰ্মচাৰী সমস্যা সমাধানৰ দাবীত চচলত সদৌ অসম চৰকাৰী চিকিৎসালয় অস্থায়ী স্বাস্থ্য কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ

Guwahati, Kamrup Metropolitan | Sep 6, 2025
অস্থায়ী স্বাস্থ্য কৰ্মচাৰীৰ সমস্যা সমাধানৰ দাবীত চচলত সদৌ অসম চৰকাৰী চিকিৎসালয়ৰ অস্থায়ী স্বাস্থ্য কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ। অনির্দিষ্টকালিন ধর্ণা কাৰ্য্যসূচী। মহানগৰীৰ চচলৰ ধৰ্ণা স্থলীত এই অনির্দিষ্টকালিন ধর্ণা কাৰ্য্যসূচী ৰূপায়ন। প্ৰতিবাদী সকলে মুণ্ডন কৰি আৰু অৰ্ধ উলংগ হৈ প্ৰতিবাদ সাব্যস্ত কৰে।প্ৰতিবাদী সকলে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগান দি ধৰ্ণাস্থলীৰ আকাশ বতাহ উত্তাল কৰি তোলে।
Read More News
T & CPrivacy PolicyContact Us