Install App
priyanka1162
This browser does not support the video element.
পশ্চিম যোৰহাট: অসম মহিলা বিশ্ববিদ্যালয়ত আলাবৈ ৰণৰ ৰণুৱা শ্বহীদ সকলৰ স্মৃতিত "অসম আৰু আহোম" শীৰ্ষক গ্ৰন্থ উন্মোচনী অনুষ্ঠান
Jorhat West, Jorhat | Aug 5, 2025
অসম মহিলা বিশ্ববিদ্যালয়ত আলাবৈ ৰণৰ ৰণুৱা শ্বহীদ সকলৰ স্মৃতিত উৎসৰ্গা কৰা "অসম আৰু আহোম" শীৰ্ষক গ্ৰন্থ উন্মোচনী অনুষ্ঠান । সন্মানীয় অতিথি ৰূপে উপস্থিত থাকে ND 24 ৰ মুখ্য সম্পাদক ৰাজদ্বীপ বাইলুং বৰুৱা ডাঙৰীয়া । সভাৰ আৰম্ভনিতে আলাবৈ ৰণৰ ৰণুৱা শ্বহীদ সকলৰ স্মৃতি তৰ্পণ কৰাৰ পাছতেই টাই আদি প্ৰাৰ্থনা -- আইচিংলাও পৰিৱেশন কৰে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!