Download Now Banner

This browser does not support the video element.

মানকাচৰ: ধুবুৰী ফুলবাৰী দলঙৰ কাম তীব্ৰ গতিত চলা সন্দৰ্ভত কেন্দ্ৰীয় আতুৰ কাৰ্যনিৰ্বাহ সদস্য‌ই প্ৰতিক্ৰিয়া প্ৰকাশ

Mankachar, South Salmara-Mankachar | Sep 12, 2025
শুক্ৰবাৰে দিনৰ আনুমানিক ১বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ চৈতাচৰ অঞ্চলত দেশৰ সৰ্ববৃহত দলঙ ধুবুৰী ফুলবাৰী দলঙৰ কাম পূৰ্ণগতিত চলি থকা সন্দৰ্ভত কেন্দ্ৰীয় আছুৰ কাৰ্যনিৰ্বাহক সদস্য মনিৰুল ইছলামে।দলঙখনে অসম মেঘালয় দুটা ৰাজ্যৰ যাতায়ত ব্যৱস্থা সূচল কৰাৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলা বাসীৰ যাতায়তৰ সুবিধা সূচল হ'ব।
Read More News
T & CPrivacy PolicyContact Us