Install App
hellobjb
This browser does not support the video element.
মৰিগাঁও: শোকাৱহ পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা মৰিগাঁৱৰ দুই যুৱকৰ গৃহত উপস্থিত হৈ সমবেদনা জ্ঞাপন কৰিলে বিধায়ক ৰমাকান্ত দেউৰীয়ে
Marigaon, Morigaon | Aug 28, 2025
বিগত ৰবিবাৰে নিশাৰ ভাগত মৰিগাঁও জিলাৰ মনহা শান্তিপুৰত এটা শোকাৱহ পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱটি লৈছিল মৰিগাঁৱৰ দুই যুৱক ক্ৰমে জ্যোতিষ্ময় দাস আৰু মুন দাসে। দুৰ্ঘটনা মৃত্যু হোৱা মৰিগাঁও নগৰৰ এৰাগাঁৱৰ জ্যোতিষ্ময় দাস আৰু চাতনগুৰিৰ মুন দাসৰ গৃহত আজি উপস্থিত হয় মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী। বিধায়ক জনে দুয়োজন যুৱকৰ পৰিয়ালকে বিপদৰ সময়ত সাহস আৰু সমবেদনা জ্ঞাপন কৰে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!