This browser does not support the video element.
উত্তৰ লক্ষীমপুৰ: নগৰৰ গণ ভৱনত যোগদান কাৰ্য্যসূচী, যুৱ পৰিষদৰ জিলা সভাপতিৰ উপস্থিতিত প্রায় ৩০ জনে যোগদান কৰে যুৱ পৰিষদত
North Lakhimpur, Lakhimpur | Aug 24, 2025
লখিমপুৰ নগৰৰ অসম গণ পৰিষদৰ জিলা গণ ভৱনত দেওবাৰে অসম গণ পৰিষদৰ ভাতৃ সংগঠন যুৱ পৰিষদৰ এক যোগদান কার্য্যসূচী অনুষ্ঠিত হয়। এই যোগদান কার্য্যসূচীত যুৱ পৰিষদৰ লখিমপুৰ জিলা সভাপতি প্রশান্ত বুঢ়াগোহাঁইৰ উপস্থিতিত লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৩০ ৰ অধিক লোকে যুৱ পৰিষদত আনুষ্ঠানিকভাৱে যোগদান কৰে বুলি জানিব পৰা গৈছে। যুৱ পৰিষদৰ এই যোগদান কাৰ্য্যসূচী জিলা সভাপতি প্রশান্ত বুঢ়াগোহাঁইৰ লগতে জিলা সমিতিৰ কেইবাগৰাকী বিষয়ববীয়া আৰু সদস্য সকল উপস্থিত থাকে বুলি জানিব পৰা গৈছে।