This browser does not support the video element.
নগাঁও: টাই আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীত নগাঁৱত টাই আহোম যুৱ পৰিষদৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন
Nagaon, Nagaon | Sep 13, 2025
টাই আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীত নগাঁৱত টাই আহোম যুৱ পৰিষদৰ অৱস্থান ধৰ্মঘট।অসমৰ টাই আহোম জনগোষ্ঠীক ভৈয়াম অনুসুচীত জনজাতিৰ মৰ্যদা প্ৰদানকে ধৰি কেবাটাও দাবীৰ সমৰ্থনত আজি টাই আহোম যুৱ পৰিষদৰ নগাঁও জিলা সমিতিয়ে টাই আহোম মহিলা পৰিষদৰ নগাঁও জিলা সমিতিৰ সহযোগত নগাঁও ওমফা মন্দিৰৰ সন্মুখত এঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।টাই আহোম যুৱ পৰিষদ জিন্দাবাদ ,টাই আহোম জনগোষ্ঠীক ভৈয়াম অনুসূচীত জনজাতিৰ মৰ্যাদা প্ৰদান কৰক ,অসম চৰকাৰ হায় হায় আদি বিভিন্ন ধ্