Download Now Banner

This browser does not support the video element.

মৰিগাঁও: বানমুৰিত অনুষ্ঠিত অৰুণোদয় ৩.০ আৰু মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনিৰ এখন বিশাল সভাত উপস্থিত বিধায়ক ৰমাকান্ত দেউৰী

Marigaon, Morigaon | Sep 7, 2025
আজি অৰুণোদয় ৩.০ৰ অনুমোদন আৰু মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনিৰ প্ৰ-পত্র বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে। আজিৰ বানমুৰিত অনুষ্ঠিত অনুষ্ঠানটোত বানমূৰী গাঁও পঞ্চায়ত আৰু নিজ চহৰীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত আইমাতৃ সকলে অংশগ্ৰহন কৰে। আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে বিজেপি মৰিগাঁও জিলা সাধাৰণ সম্পাদক নিৰ্মল কোঁৱৰ, সম্পাদক জিতু বৰা, কুশতলি-নিজ গেৰুৱা বিজেপি মণ্ডল সভাপতি ৰাজেন সেনাপতিৰ লগতে দলীয় কাৰ্যকর্তা সকল।
Read More News
T & CPrivacy PolicyContact Us